About

https://blogger.googleusercontent.com/img/a/AVvXsEjr3X4Rze-dQcFg1G9SH-69m_gELhSWR0S7vPuIrzx5IsdN3A4y3WhzcJdMjTWH14zDv2AiS1ynZIORO5c_GBJuCyhi8NFjJOuKoYMjBDcdO7JqkJX9N_vdTcmUnG5mqqMY8B3mg3Lg9gI-RgBDrCd6VzzNVS8IP6f7AFoPvc30rSU3Vr0spXMcr3dS9YQ1=w150-h150-p-k-no-nu-rw-e90

Mon2Cafe.comএতিয়া এক আধুনিক ইন্টাৰনেট কেফে আৰু CSC (Common Service Centre) ৰূপে সেৱা আগবঢ়াই আছে। ইয়াত আপুনি সকলো ধৰণৰ অনলাইন কাম-কাজ সুৰুক্ষিতভাৱে আৰু দ্ৰুতগতিত সম্পন্ন কৰিব পাৰে। CSC ৰ জৰিয়তে চৰকাৰী সেৱা, নাগৰিক সেৱা, স্কুল কলেজৰ এডমিচন, ছাত্ৰ-ছাত্ৰীৰ জলপানী আদি সকলো ধৰণৰ সেৱা ৰাইজৰ ওচৰলৈ সহজসাধ্য কৰি অনা হৈছে।
ইয়াৰ উপৰি, আপুনি পাব:

বিভিন্ন চাকৰিৰ খবৰ

পৰীক্ষাৰ ৰিজাল্ট

এডমিচন সম্পৰ্কীয় সকলো তথ্য

অন্যান্য গুৰুত্বপূৰ্ণ খবৰ
সকলো তথ্য আপোনালোকৰ বাবে খৰতকীয়াকৈ আৰু সহজতে*উপলব্ধ কৰাৰ চেষ্টা কৰা হৈছে। আমাৰ ৱেবছাইটটো লগত চাওক: [www.mon2cafe.com](http://www.mon2cafe.com) আমাৰ সেৱা উন্নত কৰিবলৈ আপোনাৰ মতামত আমাৰ বাবে মূল্যবান। যদি কোনো ভূল-ত্রুটি থাকে, অনুগ্ৰহ কৰি শুধৰাই দিবলৈ অনুৰোধ কৰিলোঁ। mon2cafe-NextGen CSC – আপোনাৰ সম্পূৰ্ণ ডিজিটেল সমাধান। আপুনিও আমালৈ নিজে লেখা লেখনি প্ৰকাশ কৰিব খুজিলে আমাৰ ই-মেইল ঠিকনা ( montucafe@gmail.com ) লেখা পঠাব পাৰে। ধন্যবাদেৰে…

Website Stats

Posts
Comments